Posts

Showing posts with the label হাঁপানী ৰোগৰ চিকিৎসাত চিৰিছ গছৰ ব্যৱহাৰৰ

হাঁপানী (Asthma) ৰোগৰ চিকিৎসাত চিৰিছ গছৰ (Albizia lebbeck) ব্যৱহাৰ

Image
চিৰিছ গছৰ ( Albizia lebbeck L.)ৰ চমু বিৱৰণ: Albizia lebbeck হৈছে Fabaceae পৰিয়ালৰ এবিধ দ্ৰুতবৰ্ধনশীল, পৰ্ণপাতী গছ, যাৰ উচ্চতা সাধাৰণতে ১৫-২০ মিটাৰ পৰ্যন্ত হয়, কিন্তু অনুকূল পৰিবেশত ৩০ মিটাৰলৈকেও বৃদ্ধি পাব পাৰে ইয়াৰ কাঠ কঠিন, যাৰ বাবে আচবাব আৰু নিৰ্মাণত ব্যৱহাৰ হয়। ঔষধি গুণৰ বাবেও ই পৰিচিত।  এই গছৰ উৎপত্তি ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূৰ্ব এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াত। কিন্তু বৰ্তমান ই গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত বিস্তৃত, যেনে-আফ্রিকা, দক্ষিণ আমেৰিকা, কেৰিবিয়ান দ্বীপপুঞ্জ, আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ দেশসমূহত। ই শুকান আৰু আৰ্দ্র দুয়োটা পৰিবেশতে ভালদৰে খাপ খায়, যাৰ বাবে ইয়াক বিশ্বৰ বিভিন্ন ঠাইত ৰোপণ কৰা হৈছে। হাঁপানী (Asthma) ৰোগৰ চিকিৎসাত  চিৰিছ গছৰ ৱহাৰৰ পদ্ধতি হাঁপানী  বা  Asthma ৰোগৰ কাৰণ হ’ল এলাৰ্জি, ধূলি, ধোঁৱা, ঠাণ্ডা বতাহ আৰু বংশগত প্ৰভাৱ। ই মূলতঃ শ্বাসনলীত প্ৰদাহ সৃষ্টি কৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসত অসুবিধা হয়। বিশ্ব স্বাথ্য সংস্থা (WHO) ৰ সমীক্ষা মতে পৃথিবীত প্ৰায় ৩০০ নিযুত মানুহ এই ৰোগত ভুগি আছে, আৰু ইয়াৰ প্ৰাদুৰ্ভাৱ শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰ মাজ...